নমস্কাৰ। মই জিভা। মই মোৰ মালিকনী য়াছমীনৰ মুখৰ ভিতৰত থাকো আৰু তেওঁৰ নিৰ্দেশ মতে পৰিচালিত হও। “নদ নদী শুকাই গ’ল, মোৰ গাত হে পানী ৰ’ল”, মই নুশুকাও, মই সদায় ৰসাল হৈয়ে থাকো, মোক ধাৰণ কৰা জনীৰ জন্মৰ পৰা আমৰণ। মোৰ বহুত কাম, বহুত ক্ষেত্ৰত দৰকাৰ হয় মোৰ। কথা কবলৈ, সোৱাদ লবলৈ আৰু ………..। হি:হি:হি:! নকওঁ, …
Read more