অৰুণাচলৰ এখন ভিতৰুৱা গাওঁত
ঘাই পথৰ পৰা খোজ কাঢ়ি আহি আছিলো। য’তেই ৰাতি ত’তে থাকি তিনি নিশা শেষ হোৱাৰ পাছত আমি আহি পালো সেই অৰুণাচলৰ এখন ভিতৰুৱা গাওঁত। আহি থাকোঁতে জংঘলিয়া আধা বাটত মোৰ চকু পানী সৰি পৰিছিল। তেতিয়া ভদ্র অৰুণাচলি মহিলা গৰাকীয়ে কৈছিল “চিন্তা নকৰিবা আমাৰ ঘৰত চব আছে চব পাবি মাইকী বিচাৰিলেও মাইকী পাবি।” তেতিয়া ভদ্ৰ অৰুণাচলি …