ৰিংকি বৌ ৫০
ৰাতি পুৱা ৰিংকিৰ হাহিৰ খলকনিত শুৱাৰ পৰা সাৰ পাই গলো। ফোনত তাই কাৰোবাৰ লগত কথা পাতি হাহিব ধৰিছে।মই সাৰ পোৱাত মোৰ ওচৰলৈ আহি ফোনতো মোেক দিলে আৰু কলে-মইনা। ফোনতো কাণত লৈ হাই বুলি কোৱাৰ লগে লগে সিপাৰৰ পৰা নেৰানেপেৰাকৈ কব ধৰিলে – পাপা আই মিচ ইউ,কি খবৰ পাপা, তু মি মোক কিয় ফোন নকৰা ? …