নিজৰ ভন্টি মণি
মোৰ ভাই বোৱাৰীৰ চিকিৎসাৰ সেতু গুৱাহাটী যাব লগা হ’ল৷ ভাইটি, বোৱাৰী আৰু মোৰ বিয়া হোৱা সৰু ভনীজনীক লৈ আমি গুৱাহাটী পালোহি৷ নিজৰ গাড়ী লৈ আহি পালোহি৷ ৰাতিপুৱাটেই পাই আমি নাৰ্ছিংহম পালো৷ সকলো কথা পাতি থোৱাই আছিল, গতিকে চিধাই আমাক কেবিন দি তাইৰ চিকিৎসা আৰম্ভ কৰিলে৷ সময় দিনৰ ২ টা মান বাজিল, আমি হোটেলত গৈ ভাত …