আৰতি (খণ্ড —১)
ৰাজীৱে ফোন কৰি ক’লে —যে সি হেনো তাৰ ঘৈণীয়েকক মাকৰ ঘৰত থ’বলৈ ডিগবৈ আহিছিল । ওভটি যাওঁতে হেনো মোৰ তাত সোমাব ।— কথাখিনি কৈয়ে ফোন কাটিছিল সি ।সন্ধিয়া চাৰে পাঁচটা বাজিছিল ।লগে লগে মই মোৰ ল’ৰাটোক ক’লো যে আইতাৰ বেমাৰ ।যাচোন খ’বৰ এটা লৈ আহগৈ । কাইলৈ আহোতে খেতিৰ চাউল অলপো লৈ আহিব ।মোৰ কথা …