শ্যামলীৰ ডায়েৰী12
১২ খণ্ড- ৰাতিপুৱা প্ৰায় ৭:৩০টা মান বজাত মায়ে মোক জগাই দিয়াতহে সাৰ পালো ৷ ইতিমধ্যে মা দেউতা আৰু ভাইটিয়ে গা পা ধুই ৰেডি হলেই মামাহঁতৰ ঘৰলৈ যাবলৈ ৷ মইও উঠি বাথৰুমলৈ গৈ ব্ৰাচ কৰি হাতমুখ ধুই ফ্ৰেছ হৈ আহিলো ৷ কিট্চেনত গৈ দেখিলো মায়ে ব্ৰেকফাষ্ট ৰেডি কৰিলেই ৷ মই ৰঙা চাহ একাপ হাততে লৈ ড্ৰইংৰুমৰ …