জীৱনৰ ৰং – খণ্ড ৬
জীৱনৰ ৰং – খণ্ড ৬ পে…………………..কছছছছছছছছছছছছছছছ………. হঠাৎ বাছখনে বিকট শব্দ এটা কৰি ৰৈ গল..। মোৰ হয়তো চিলমিলকৈ টুপনি ধৰিছিল..। বাছখনৰ বিকট শব্দত হঠাৎ সাৰ পাই গলো..। চকু মেলিও পিছে বিশেষ একো দেখা নাপালো…। বাছৰ লাইট বিলাক তেতিয়াও নুমুৱাই থোৱা আছিল। হয়তো বাছখনৰ আগত কিবা পৰিছিল। সেই বাবে তেনেকৈ হঠাৎ ব্ৰেক মাৰিব লগাত পৰিল। মই সাৰ …