অন্ধবিশ্বাসী মা আৰু মই : খণ্ড ১
মোৰ দেউতা হেমেন ঢুকোৱা তিনিবছৰ হৈছে । মই আৰু মা এতিয়া অকলে গুৱাহাটীৰ নিজা ঘৰত থাকো। মই সৰু কোম্পানী এটাত চাকৰি কৰি আছো আৰু লগতে মাই দেউতাৰ পেঞ্চন পাই আছে। সেয়ে ঘৰ চলোৱাত ইমান প্ৰব্লেম হোৱা নাই। মোৰ মা যথেষ্ট ধাৰ্মিক আৰু লগতে অলপ অন্ধবিশ্বাসী। ইয়াৰ বাবে মা আৰু মোৰ বহু কথাৰ কটা কটিও হয়। …