চুমিৰ চুচু
মোৰ মেট্ৰিক শেষ হৈছে, ঘৰত প্ৰায় এসপ্তাহমান আছো। তেনেতেই খবৰ আহিল সৰু-মামাৰ এজন লৰা সন্তান হৈছে। মামা কর্মসূত্রে বেংগলত থাকে। মাহত লগে লগে যাব নোৱাৰা কাৰণে মোকেই ট্রেইনত উঠাই পঠাই দিলে। মোৰ বিৰাট ফুর্তি, তাতে পৰীক্ষাও শেষ হৈছে। মই মামাৰ ঘৰ গৈ পালো। পিছে তাত গৈ দেখিলো মামাহতৰ কোৱাটাৰত এজনী মোতকৈ প্রায় দুই বছৰ মান …