বন্য ক্ষুধা (১)
নমস্কাৰ, মই ৰিম্পা, এগৰাকী শয্যাগতা ৰোগী। মোৰ কি হৈছে নকওঁ কিন্তু মোৰ পাপৰ ফল এয়া বুলি মই জানোঁ।মোৰ বৰ্তমান বয়স বত্ৰিশ বছৰ। মোৰ সমবয়সৰ বহুতো ছোৱালী এতিয়াও বিয়া হোৱাই নাই, বিয়া হোৱাবোৰো আকৌ এবাৰ বিয়াত বহিব পৰা হৈ আছে। কিন্তু মোলৈ চাওঁক, জীৰ্ণ-শীৰ্ণ শৰীৰ, কোটৰত সোমোৱা চকু, এতিয়া মোৰ গাত ৰূপ-লাবন্য একোৱেই নাই। যৌৱন গালৈ …