এটা সৰু টি পার্টি
মই লুনা, ক্লাচ ইলেভেনত। নতুনকৈ এটা ৰিচেপচনিষ্ট জবত সোমাইছো, এসপ্তাহ হৈছেহে। এটা মাল্টিনেচনেল কোম্পানীৰ হেণ্ঠ চাপ্লিমেন্টবোৰ বিক্ৰী কৰা অফিচত।কোম্পানীৰ মালিক মুকুন্দা আমাৰ ঘৰুৱা চিনাকি। ঘৰৰ অৱস্থা দেখি মই মাক কৈ এই কামটো লবলৈ বাধ্য হৈছো। দেউতা বহুদিনৰ পৰা অসুস্থ হৈ থকা বাবে মা আৰু মই যিমান পাৰো উপাৰ্জনৰ বাবে কিবা নহয় কিবা এটা কৰি আছো। …