গাৰ্লছ হোষ্টেল – ১
চন ২০১৮ , জুলাই মাহৰ কোনোবা এটা দিন। মই এখন চহৰৰ পৰা আন এখন চহৰত ছোৱালীৰ কলেজ এখনত বিজ্ঞান শাখাত 11th আৰু 12th পঢ়িব ওলালোঁ। আমাৰ কলেজত আমাৰ লগতে BA, MA ৰ বা হতো পঢ়িছিল। সেইবাবে হোষ্টেল একেটাই। বা হত থাকে ওপৰৰ ফ্লৰট আৰু আমি থাকোঁ তলত। এতিয়া মই লিখিব গৈ আছোঁ গাৰ্লছ হোষ্টেলৰ কিছুমান …