নীলিম অনুৰাগৰ কোলাহল (1)

  ​খিৰিকীৰ গ্লাছত টোপ টোপকৈ পৰা বৰষুণজাকলৈ চাই মামনে এটা হুমুনিয়াহ কাঢ়িলে। বহাগ মাহৰ এই সেমেকা সন্ধিয়াটোত বতাহজাকৰ মাজত কিবা এক আদিম মাদকতা আছিল। কিন্তু কোঠাটোৰ ভিতৰত আছিল মাথোঁ এক মৰিশালিসদৃশ নীৰৱতা। কাষৰ বিছনাখনত শুই থকা ৰোহিতৰ মুখখনলৈ তাই চালে। বিয়াৰ এটা বছৰ কেনেকৈ পাৰ হ’ল, দুয়ো গমেই নাপালে। কিন্তু এই অকনমান সময়তে সিহঁতত মাজৰ …

Read more

error: Content is protected !!