ৰিংকি বৌ 16

ৰিংকিয়ে খঙতে মোবাইলতো মজিয়াতে দলিয়াই গুচি গল। মই কিন্তু শুই থাকিলো। মালিনিক পেলপেলিয়া কৰি মই পেলপেলিয়া হৈছিলো। অৱস্থা বহুত বেয়া হৈছিল। গধুলি সাৰ পাই গা পা ধুই এবাৰ ৰেস্তুৰেণ্টলৈ গলো। ৰেস্তুৰেণ্টত ৰিংকি নাই। আজি মালিনিও অহা নাই, তাইৰো অৱস্থা বেয়া হৈ গৈছে মোৰ হান খাই। লৰাকেইজনক সোেধাত ৰিংকিয়ে ওলপ আগত কৰবালৈ যোৱা বুলি কলে। ইপিনে তাইৰ মোবাইলতও লগত লৈ যোৱা নাই। মজিয়াতে পৰি আছিল, ডিচপ্লে খন ভাঙিছে মই ভালকৈ থৈ আহিছো। ৰাতি ৰেস্তুৰেণ্ট ক্লজ কৰি ফ্লেটলৈ আহিলো দহ বাজি গল। ৰিংকিৰ এতিয়াও খবৰ নাই। লাহে লাহে চিন্তা হব ধৰিলে। কত বিচাৰি যাম কি কৰিম একো ভাৱি নোপোৱা হলো।

ৰাতিতো উজাগৰে পাৰ হল। তাই উভতি নাহিল। বাচ্ছা দুটাই তাইক বিচাৰি মোক বৰ আমনি কৰিলে। চিন্তা ভাৱনাই মোক জুৰুলা কৰিব ধৰিলে। খঙে দুখে মোৰ দেহ মন অশান্ত কৰিলে। বুকুত যেন এজাক ধুমুহা বলিছে এনেকুৱা লাগিল। ৰাতিপুৱা সাত বাজি গল, নাই ৰিংকিৰ কোনো খবৰে নাই। সৰু লৰাতোয়ে মাকক বিচাৰি কন্দা কতা কৰিব ধৰিলে। নিৰলাই তাক কোনোমতেহে শান্ত কৰিলে। ডাঙৰতো স্কুললৈ গল। কি কৰো কি নকৰো বুলি ভাৱি গুনি বহি আছিলো এনেতে কলিং বেলতো বাজিল, মনত খিনকৈ হলেও এটা আশাৰ সন্থাৰ হল যে ৰিংকি আহিছে কিজানি। দুৱাৰ খুলি দেখো পিছে পি এ জন। পি এ জনক দেখি মোৰ খঙত চকু ৰঙা হল।

কিন্তু মানুহজনে অতি নম্ৰভাৱে সুধিলে

-ভিতৰলৈ সোমাব পাৰো নে ?

মই হাতেৰে ইংগিত দিলো। দেখিলো মানুহজনে এটা ডাঙৰ ট্ৰলি বেগ টানি ভিতৰলৈ সোমাই গল।সি যে ভাল খবৰ লৈ অহা নাই মই অনুমান কৰিছো। এনেকুৱা লাগিছে যেন ঘচিয়াই তাৰ নাক মুখ ভাঙি দিম পিছে বহু ধ্যৰ্য ধৰি বহি থাকিলো। মানুহজনে চোফাখনত বহি বেগতো খুলিলে। খুলি মোৰ আগত মেলি দেখুৱাই দিলে। মই হতবাক হৈ গলো। দেখিলো পাছশ টকিয়া নোটৰ বান্দিলেৰে বেগতো ভৰি আছে।পি এ জনে কলে

– মিষ্টাৰ ডেকা, এই টকাখিনি ছাৰে পঠিয়াইছে। আৰু আপোনাৰ শুনি নিশ্চয় দুখ লাগিব উপায় নাই মিচ ৰিংকি এতিয়া আৰু আপোনাৰ হৈ থকা নাই, তেও নিজৰ ইচ্ছাত ছাৰৰ লগত আজি বিয়া হব, ছাৰে টকাখিনি আপোনালৈ পঠিয়াইছে যাতে আপুনি ৰিংকিক পাহৰি যায়।

এইবুলি কয় সি মোক পেপাৰ এখন আগবঢ়াই দিলে। আৰু কলে

-ইয়াত এটা চাইন মাৰক।

ডেৰ কোটি টকাৰ এটা বেগ। টকাখিনি লৈ মই দুখেই কৰোনে স্ফুটিয়ে কৰো একো বুজি নাপালো।ৰিংকিৰ কথা ভাৱি মনতো দুখেৰে ভৰি পৰিল। বাচ্ছাদুটাক মই কি উত্তৰ দিও একো দিহা নোপোৱা হলো। বিছনাত শুই চিলিংৰ পিনে চাই মই দুখৰ সাগৰত অতি ভাহি ফুৰিব ধৰিলো। জীৱনতো যে কি হৈ গল। বৰ ভাল পাইছিলো তাইক। বোৱাৰি হোৱাৰ পিছতো পলুৱাই বিয়া পাতি গুৱাহাটিলৈ আহিছিলো। ভাৱিছিলো সুখৰ সংসাৰ গঢ়ি তুলিম আৰু জীৱনতো বেচ মজাৰে তাইৰ লগত কটাই দিম। কিন্তু তাই আধাতে মোক এৰি গুচি গল। টকাৰ বেগতলৈ চাই এনে লাগিল যেন তাইক মই বিক্ৰিহে কৰিলো। বিছনাৰ পৰা উঠি আহি মদৰ বটল এটা উলিয়াই ললো।ৰিংকিৰ কথা ভাৱি মনতো দুখেৰে ভৰি পৰিল।

পেগৰ পিছত পেগ ঢালি খাব ধৰিলো। মালিনিয়ে ৰেস্তুৰেণ্টৰ পৰা ফোন কৰিছিল। আজি তাইকে চম্ভালিব দিলো। কাম কৰা তিৰোতা নিৰলাই কিবা বুজি পাইছিল। যোৱাৰাতিৰে পৰা ৰিংকি নাই, তাই অনুমান কৰিছে। মদৰ নিচাই মোেক অসুৰ কৰি তুলিলে। ৰিংকিৰ ওপৰত ইমানে খঙ উঠিল যে এই মূহুৰ্ত্তত যদি তাইক পাও যেন শেষ কৰি দিম। লৰা ছোৱালিদুটাৰ কথানো তাই এবাৰ নাভাৱিলে নে। মই সিদ্ধান্ত ললো তাইৰ কথা আৰু মই নাভাৱো, তাই যেনেকৈ বেলেগৰ লগত বিয়া হৈ গল মইও এজনি বিয়া কৰাম। মদৰ নিচাত ফোনতো উলিয়াই মালিনিক ফোন কৰিলো। তাই কলো

– আজি মোৰ ফ্লেটলৈ আহিবা ৰাতি।

তাই উম বুলি কয় কলে

-ৰবা কাষ্টমাৰ আছে।

ৰুমতোৰ ভিতৰলৈ নিৰলা সোমাই আহিল। তাইলৈ মই চকু ঘোপা কৰি চালো। মোৰ দুচকু দেখি তাই কিজানি ভয় খাই গল। তাই সুধিলে

– আজি দিনতে কিয় ধৰিছা ?

মই তাইক এইপিনে আহা বুলি ওচৰলৈ মাতিলো। তাই ওচৰলৈ আহি মোক সুধিলে

– ৰিংকি মাকৰ ঘৰলৈ গৈছে নেকি? মই কলো

-তাই নতুন গিৰিয়েকৰ ঘৰলৈ গৈছে।

তাইৰ দু দু এটা মই এখন হাতেৰে ধৰি টিপি দিলো। তাই ধেইত বুলি মোৰ হাতখনত লাহেকৈ থপৰিয়াই দিলে। মই পিন্ধি থকা স্পর্টিংতো খুলি ললো। তাইকো কলো

-কাপোৰ খোেল।

তাই ৰবা মোৰ কাম আছে বুলি যাবলৈ ওলাল মই তাইৰ হাতত ধৰি মোৰ পিনে টানি আনিলো আৰু এখন হাতেৰে সাৱতি ধৰি আনখন হাতেৰে ওলমি মাটিত পৰো পৰো হৈ থকা লাউ দুটা টিপিব ধৰিলো।

তাই মোৰ পৰা ৰক্ষা নাপালে। বিছনাত বগৰাই তাইক নাংগা কৰি দিলো। মইও হৈ ললো। তাইৰ গি ডাখন ব্লেক চি যেন হৈ আছে, বহল এটা মস্ত ফুটা। তাইৰ দুদু দু টাত কামুৰি কামুৰি মই পাগল হৈ গলো। মুখখন সিমান ধুনিয়া নহয় বাবে গালে চালে চুমা নাখালো। বুকুত পেটত চেলেকি চেলেকি তাইক গৰম কৰি দিলো। তাৰপিছত তাইক মই বা ৰিদাল উলিয়াই মুখত লব দিলো। মুখত ভৰাই তাই ললিপপ চুহাৰ দৰে চুহিব ধৰিলে। কিছু সময়ৰ পিছত তাইৰ মুখৰ পৰা উলিয়াই গি ডাখনৰ ফুটাতোৰে সোমাই হেছি দিলো। পোেৰপোৰকৈ সোমাই গল। তাইৰ ভৰিদুখন মেলি লৈ মই আঠু কাঢ়ি বহি থাপছ থাপছকৈ দিব ধৰিলো।

মদৰ নিচাত ঘপাঘপ ঘপাঘপ কৈ কামতো কৰি কেতিয়া টোপনি আহে গমেই নাপালো। গধুলি সাৰ পাই দেখো মোেৰ গাত ওলপো কাপোেৰ নাই। তৎখনাত কাপোৰ পিন্ধি ৰেস্তুৰেণ্টৰ খবৰ লও বুলি মালিনিক ফোন লগালো…..

3 thoughts on “ৰিংকি বৌ 16”

Leave a Comment

error: Content is protected !!