কাব্যশ্ৰী ৰ এটি প্ৰত্যাহ্বানে মোক দি গল এটি মিঠা অনুভৱ
আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ আৰু কাব্যশ্ৰী ৰ মাজত হোৱা এটি প্ৰত্যাহ্বানৰ মিঠা কাহিনী। এতিয়া কাহিনী ৰ মাজলৈ আহিছোঁ কাব্য আৰু মোৰ প্ৰায় কলেজ শেষ হওঁ হওঁ হৈছে আমাৰ শেষ চেমিষ্টাৰ পৰীক্ষা হবলৈ মাজত মাথোঁ একমাহ মান হে আছে কাব্যশ্ৰীকো এইকেইদিন লগ পোৱা নাই কাৰণ তাই এতিয়া পঢ়া ত গুৰুত্ব দিছে সেইকাৰণে মইও তাইক …