কাব্যশ্ৰী ১
আজি আমাৰ কলেজত অন্তিমটো দিন ষষ্ঠ ছেমিষ্টাৰ ৰ শেষৰটো দিন আমাৰ সেইদিনা আগবেলাই পৰীক্ষা আছিলে সেইকাৰণে মই ৰাতিপুৱা গা ধুই তাইক তাইৰ ঘৰৰ পৰা কলেজলৈ আনিবলৈ গলো তাইৰ মাক বাপেকে সেইদিনা মোক পৰীক্ষা দি আহি ভাত এখাজ খাই যাবলৈ কলে কলে যে আজি পৰীক্ষা শেষ হব গতিকে আজি হাঁহ মাংসৰে ভাত এখাজ বনাম খাই যাবা …