নিষিদ্ধ স্পৰ্শ-১৬
২৪ ফেব্ৰুৱাৰীৰ সেই দিনটো বঙাওঁৰ বাবে আছিল এক উৎসৱৰ দৰে। ৰাজেন আৰু অলকাৰ বিয়াখন গাঁৱৰ ৰাইজে অতি ধুমধামেৰে পাতিলে। চাৰিওফালে আনন্দৰ জোৱাৰ উঠিছিল, কিন্তু এই সকলোবোৰৰ মাজত মনিকাৰ মনটো আছিল কিছু দোমোজাত। তাই অলকা আৰু ৰাজেনৰ বাবে সুখী, কিন্তু নিজৰ নিসংগতাই তাইক ভিতৰি খুলি খাইছিল। এতিয়া তাই একেবাৰে অকলশৰীয়া। সেই নিৰ্জন নিশাবোৰত কাৰোবাৰ সান্নিধ্য আৰু …