বৌ আৰু মই
মোৰ বয়স ওঠৰ বছৰ।ঘৰৰ একমাত্ৰ লৰা, মৰমতে ঘৰত মোক চিকু বলি মাতে। মোৰ দেউতা এজন চৰকাৰি চাকৰিয়াল আৰু মা হৈছে ৰাতিপুৱাৰে পৰা ৰাতি শুৱালৈকৈ মোৰ কেয়াৰ লোৱা, যতন লোৱা তিৰোতা। মই পঢ়াত বিৰাট চোকা। আচলতে পঢ়া বাদ দি বেলেগ কোনো কামতে মোৰ নিচা নাই। কেৱল পঢ়াতেই গুৰুত্ব দিও কাৰনে মোৰ বন্ধু বান্ধৱীও নাই বুলিয়ে কব …