ককাৰ উত্তেযনা
আজি ককা এজনৰ কাহিনী কব ওলাইছো। ককা এজন ৰিটায়াৰ শিক্ষক। ককাক গাৱৰ সকলোৱেই বহুত সন্মান কৰে।আমি ও বহুত সন্মান কৰো।আৰু ককাক সকলোৱে ভয়ো কৰে। ককাৰ দুজন পুত্র আছে এটা বিয়া কৰাই বাহিৰত কাম কৰে।চুটিত হে ঘৰলৈ আহে।ককাৰএজন পুতেক কলেজত থাকি পঢ়ে।ককাৰ বোৱাৰী দেখিবলৈ যেনেকৈ ধুনীয়া তেনেকৈ সকলো ফালৰ পৰা কামত পাকৈত আছিল। সৰু ডাঙৰ সকলোকে …