হীৰেন চুদাৰু
সন্ধিয়া ৰাধিকাই বাথৰুমৰ পৰা আহি তিতা কাপোৰেৰেই সোমালহি বেডৰুমত, বাথৰুমৰ কাষতেই সিহঁতৰ বেডৰুম আৰু পাকঘৰ। জুপুৰী টাইপৰ টিনপাতৰ ঘৰটোৰ গাতে বৰা চাচাৰ ঘৰ আৰু চুবুৰীটোৰ ১০ ঘৰ মানুহ লগালগিকৈ বাস কৰে। ৰাধিকাৰ বয়স তেতিয়া ১৬, ঘটনাটো হ’ব আজিৰপৰা ২০ বছৰমান আগৰ।ৰাধিকাৰ এটা ওচৰ চুবুৰীয়া প্ৰেমিক হীৰেন বৰগোহাঁইৰ বয়সো প্ৰায় ওচৰা-ওচৰি কিন্তু হীৰেন অলপ চেক্স বলিয়া …