মই আৰু মোৰ ছাঁ (২য় খণ্ড)
(যোৱা সংখ্যাৰ পাছৰ পৰা) …সেইদিনা ঘৰলৈ আহি মোৰ মনত ভীষণ অপৰাধবোধ অনুভৱ হ’ল । ৰাতি শোৱাৰ পিছতো বহু দেৰিলৈকে টোপনি নাহিল । আজিজ চাৰৰ সৈতে কটোৱা তীব্ৰ উত্তেজনাপূৰ্ণ বৰ্ষণমুখৰ দুপৰীয়াটোৰ কথা মনলৈ বাৰে বাৰে আহি থাকিল । মোৰ কাষত শুই থকা আমাৰ ছোৱালীজনীৰ মুখলৈ চাই মনত এক গধুৰ চিন্তা আহিল কিন্তু আনখন বিছনাত মদ খাই …