ৰীমা আৰু মই
চাৰক এয়াৰপৰ্টত থৈ ঘূৰি আহি থাকোতে ফোনটো বাজি উঠিল ।দেখিলো ৱাইফৰ ফোন । ৰিচিভ কৰাৰ লগে লগে তাই বকিব ধৰিলে ।মই ফোনটো খঙতে কাটি দিলো ।আজি প্ৰায় এমাহমানৰ পৰা আমাৰ মাজত কাজিয়া হৈ আছে ।মানে আজি এমাহৰ পৰা মই ঘৰলৈ যোৱা নাই ।সেইটো লৈয়ে কাজিয়া । তিনিমাহমানৰ আগতে মই এদিন বৰপেটাত এজন চৰকাৰী চাকৰিয়ালৰ গাড়ী …