অমৰৰ সোহাগৰাত
মোৰ নাম অমৰ । মোৰ বয়স বৰ্তমান ২৯ বছৰ । আজি মই মোৰ বিয়াৰ পাছত প্ৰথম নিশা পত্নীৰ সৈতে কতোৱা অভিজ্ঞতাৰ কাহিনীটো ক’ব ওলাইছো। মোই দেখাত ইমান ধুনীয়া নহয় লগতে মই অলপ লাজুকা ধৰণৰ আছিলোঁ। সেই কাৰণেই আগতে মোক কোনো ছোৱালীয়ে পাট্টাই দিয়া নাছিল।যোৱা বছৰ মই এটা চৰকাৰী চাকৰি পোৱাৰ পিছত ঘৰৰ পৰা মোলৈ ধুনীয়া …