গাড়ীৰ ভিতৰত
নমস্কাৰ বন্ধুসকল। এইটো মোৰ জীৱনৰ একেবাৰে সত্য ঘটনা । এদিন আবেলি মই কাৰ খন লৈ ওলাই আহিছিলো বাগানলৈ বুলি। সেইদিনা গোটেই দিনটো চিপ্ চিপ্ বৰষুণ দি আছিল। মই বাগানলৈ পোৱাৰ আগতেই বৰষুণ জোৰেৰে আহিবলৈ ধৰিলে। তেনেতে বাটত ৰিমিক দেখিলোঁ ছাতি এটা লৈ কোবা কোবিকৈ ঘৰৰ ফালে খোজ লৈছে। মই তাইক দেখি গাড়ীৰ হৰ্ণটো কেইবাবাৰো বজালো। …