বৌৰ উত্তেজনা
এইচ এছ পৰীক্ষা শেষ কৰাৰ পিছত এদিন বন্ধুৰ লগত চিনেমা চাবলৈ গ’লোঁ ৷ ১২ বজাত চিনেমাৰ অন্ত পৰিল । চিনেমাখন চোৱাৰ পিছত বন্ধু-বান্ধৱীয়ে ঘৰলৈ উভতি ঘৰ পোৱাৰ সময়লৈকে ৰাতি ১ বাজিল, গভীৰ নিশা সকলো শুই আছে । ৰাতিটো বৰ নিজান, ৰাতি কোনো শব্দ বা কোলাহল নাই, মাথোঁ পোক-পৰুৱাৰ চিঞৰ-বাখৰ । ফিৰ ফিৰিয়া বতাহ এজাক মাৰি …