সম্ভোগ
মোৰ নাম পাহি ।মানুহজন ঢুকুৱাৰ পিছত মোৰ কাৰণে ঘৰ চলোৱাটো বহুত বেছি টান হৈ পৰিছিল ।কাৰণ,মানুহজনে এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিল ।তেনেকৈয়ে আমি চলি আছিলো ।কিন্তু ,মানুহৰ জীৱনত কেতিয়া কি হয় ।কোনেও ক’ব নোৱাৰে ।ঘৰলৈ যাবলৈও মোৰ নিজৰ কোনো নাছিল । উপায় নাপায় মানুহজনে কাম কৰা কোম্পানীটোৰ মেনেজাৰ জনক লগ কৰাৰ সিদ্ধান্ত ল’লো ।কিজানি মানুহজনৰ …