স্বামীৰ ইচ্ছা 5
স্বামীৰ ইচ্ছা 5 খোৱা বোৱা হোৱাৰ পিছত আমি তিনিও টিভি চাবলৈ ললো।টিভিত কিবা হিন্দী চিনেমা চলি আছিল।ললীত পুনৰ মোৰ কাষতেই বহি লৈছিল।বিনোদ আমাৰ সন্মুখত।টিভিৰ ৰিমোত মোৰ হাততে আছিল। তেনেতে বিনোদৰ মোবাইল বাজি উঠিল।বিনোদে আমাক এক মিনিট বুলি কৈ কোঠাৰ পৰা বাহিৰলৈ কথা পাতিবৰ বাবে উলাই গল।তেনেতে ললীতে তেওঁৰ সোঁহাতখনৈ মোৰ হাতৰ ৰিমোত তো লবলৈ বুলি …