জটিল সম্পৰ্ক (খণ্ড-০১)
আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ জীৱনৰ কিছু জটিল তথা মিঠা অনুভূতিৰ কথা। আশা কৰোঁ সকলোৱে আদৰি লব। মোৰ ঘৰ পানবজাৰত। ঘৰত বা আৰু মই থাকো, মা-দেউতা দিল্লীত থাকে লগত ডাঙৰ বা অৰ্থাৎ মা-দেউতাই Adopt কৰা ছোৱালীজনী। কোনো কিছু নোহোৱা এজনী ছোৱালীক মই এদিন মৰ্ণিং ওৱাকলৈ যাওঁতে উলংগ অৱস্থাত ৰাস্তাৰ দাঁতিত পৰি থকা পাওঁ আৰু সেইজনী ছোৱালীকেই মা-দেউতাই …