মিতুৱে বেমাৰী দেউতাকে দিব নোৱাৰা সুখ দিলে মাতৃক
আজি ৩ মাহেই হ’ল মিতুৰ দেউতাকৰ বেমাৰ হোৱা। হাৰ্টৰ অসুখ। ভালদৰে চলা ফুৰা কৰিব নোৱাৰে। মেডিকেলত দেখুওৱাত ডক্টৰে ঔষধ দিছে। এতিয়া ঘৰতে আছে। ভাল পোৱা নাই। মাকে অনবৰতে তেওঁৰ লগত লাগিয়েই থাকে। মিতুৱে এইবাৰ কলেজ পাইছে যদিও দেউতাকৰ বেমাৰৰ পিছৰপৰা সি দেউতাকৰ দোকানতে বহে। আজিকালি সিয়েই ঘৰখন চলাই আছে। তাৰ মাক বৰ মৰমীয়াল। দেখিবলৈয়ো খুবেই …