এটা ৰাতিৰ উত্তেজনা
পিন্টুৱে স্কুলত ৰয় চাৰক যেতিয়াই দেখে তাৰ নিজৰ পাপা যেন অনুভৱ হয় । এদিনাখন দেওবাৰৰ কথা সন্ধিয়া আঁঠ মান বাজি পাৰ হৈছিল । 42 বছৰীয়া ময়ূৰীয়ে দহ বছৰীয়া পিন্টুক ভাত খুৱাই আছিল । তেনেকুৱাতে ঘৰৰ কলিং বেলটো বাজি উঠিল । ময়ূৰীয়ে পিন্টুক ভাত খোৱা জেগাতে এৰি দৰ্জাখন খুলিবলৈ দৌৰি গ’ল । অলপ দেৰি মাক ঘূৰি …