আইমণি, আমাৰ ঘৰত বনকৰা মহিলা গৰাকী, খণ্ড ১
আইমণি, আমাৰ ঘৰত কাম কৰা মহিলা গৰাকীৰ নাম। মোৰ মাতকৈ বেছি তাই মোৰ যত্ন লৈছিল। তাইক মই সৰুৰে পৰা পাইছোঁ। আইমনীয়ে মোক কুচত লৈ শুৱাই দিছিল। সৰু থাকোঁতে যেতিয়া ঘৰত কোনো নাথাকিছিল তাই মোক মনে মনে গাখীৰ খুৱাইছিল। এতিয়া সেইবোৰ দিন নাই। আগৰ দৰে তেলতেলীয়া দেহ এটা তাইৰ এতিয়া নাই। যোৱা বছৰ তাইৰ গিৰিয়েক …