নীল আৰু nibir- খণ্ড ১
মোৰ বয়স তেতিয়া ১৯ বছৰ। কলেজৰ 1st year ত পঢ়ি আছোঁ। গুৱাহাতীত ভাৰাৰুমত থাকিছিলো।মোৰ লগত আৰু তিনিজন লৰা থাকিছিল। আমি গোটেই কেইটা একে কলেজ হলেও সিহঁতৰ ডিপাৰ্তমেন্ট বেলেগ আছিল। মই দেখিবলৈ খুব ধুনীয়া আছিলোঁ।মানুহে এবাৰ চালে চকু ঘুৰাব নোৱাৰিছিল।বগা মাসন যেন ছাল,খেলুৱৈৰ দৰে মাচুলযুক্ত শৰীৰ , সাগৰৰ দৰে ঢৌ উঠা ঘনকলা চুলি,গুলপীয়া ওঠ, এগালমান ভ্ৰু …