মেঘালী মেম খণ্ড দুই
জুলাই মাহ। স্কুলবোৰত গৰমৰ বন্ধ আৰম্ভ হৈছে।আৰিয়নৰ মন নাছিল টিউচনলৈ আহিবলৈ, কিন্তু মাকে জোৰ কৰি পুৱাতে টোপনিৰ পৰা জগাই পঠাই দিলে।তাৰ লগৰ কোনোৱেই অহা নাই, কোনোবাটো শুই আছে, কোনোবাটো আকৌ ফুৰিবলৈ গলেই। সি মেঘালী মেমৰ ফ্লেট পালেগৈ। দুৱাৰ খোলাই আছিল, চোফাত বহি মেমে প্লেট এখনৰ পৰা ফল খাই আছে।তাক দেখি তেওঁ আচৰিত হোৱা যেন হ’ল।সি …