ৰিংকি বৌ 9

ৰিংকি বৌৰ লগত ঘপা ঘপ কৰি আছিলো। দুয়ো সম্পূর্ন নাংগা হৈ পৰম তৃপ্তিৰে কামতো কৰিবলৈ লৈছিলো, এনেতে গেৰেজতোৰ দুৱাৰখন মেল খালে আৰু লাইটতো জ্বলি ঠাইখিনি পোহৰ হৈ পৰিল। লাইটৰ উজ্জল পোহৰত আমাৰ নাংগা গা দুটা জিলিকি উঠিল। দুৱাৰমুখত ৰিংকি বৌৰ গিৰিয়েকে থিয় হৈ আমাৰ পিনে ট ট কৈ চাই থাকিল, ৰিংকি বৌৰ গিৰিয়েকক দেখি মই চমক খাই উঠিলো। গা তো থৰ থৰকৈ কপিব ধৰিলে। বৌক এৰি দি মই কাপোৰ পিন্ধি ললো। চুৱৰৰ বাচ্ছা বুলি কয় বৌৰ গিৰিয়েকে ওচৰত থকা এখন কুঠাৰ মোৰ পিনে দলিয়াই দিলে। ভাগ্য ভাল সেইখন মোৰ গাত নালাগিল। মই ছেকেণ্ডৰ ভিতৰতে বৌৰ গিৰিয়েকক ঠেলা এটা মাৰি দৌৰ দিলো। মোৰ গাত ধৰি মোক সি ধৰি ৰাখিব বিছাৰিচিল যদিও মাৰৰ ভয়ত যিতোহে দৌৰ দিলো ওলপো পাত্তাই নাপালে।

ঘৰলৈ আহি কি কৰো একো ভাৱি পোৱা নাই। গাতো কপিব ধৰিছে। বৌৰ লগত কি ঘটি আছে এতিয়া ভাৱি বৰ ভয় ভয় লাগিছিল। পোহৰ হবলৈ আৰম্ভ কৰিছে। গাওত থাকিলে মোৰ কি দশা হয় গেৰাণ্টি নাই সেয়ে গাতো ধুই বাইকখন লৈ মামা হতৰ ঘৰলৈ গুচি গলো। গাওত যি হয় হৈ থাকিব। ৰিংকি বৌৰ লগত গিৰিয়েকে কি কৰে ভাৱিলেই মোৰ মনতো জিকাৰ খাই যায়। তাইৰ কথা ভাৱি মোৰ মনতো অশান্ত হৈ পৰিল। তাইক ফোন এটা কৰি সুধিবলৈ বৰ মন গল যদিও এনে পৰিস্থিতিত ফোন কৰি জ্বলা জুইত ঘি ঢালিব মই বিছৰা নাছিলো সেয়ে আহিব লগা যি কোনো পৰিস্থিতিৰ সম্মুখিন হবলৈ ৰেডি হৈ মই ৰৈ থাকিলো।

গোটেই দিনতো অশান্ত মনেৰে পাৰ হৈ গল। বৌৰ পৰা এটা ফোন আহিব বুলি অধিৰ হৈ ৰৈ আছিলো। মদনক ফোন কৰি এনে খবৰ লৈছিলো। গিৰিয়েকে হয়তো ঘটনাতো বৰ বেচি প্ৰচাৰ নকৰিলে। নহলে মদনে গম পাই মোক কিবা নহয় কিবা এটা সুধিলে হেতেন। সি সেই বিষয়ে একো মোক প্ৰশ্ন নকৰাত মই খাতাং হৈ ললো যে কথা গাওত ওলোৱা নাই। তথাপিও বৌৰ পৰা কিবা এটা বুজ লবলৈ মোৰ বৰ মন গৈ আছিল।এনে লাগে যেন এতিয়াই মই সিহতৰ ঘৰলৈ গৈ বৌৰ খবৰ লম।এনেদৰে ৰৈ থাকোতে নিলীমাৰ ফোন আহিল। মই তৎখনাত ৰিচিভ কৰি হেলউ বুলি কলো।

তাই কলে – কত আছা ?

মই এনেয়ে ঘৰত থকা বুলি কলো।

তাই কলে – ধৰা পৰাকৈ কিয় কৰা কামবিলাক ওলপ সাৱধান হব লাগে,

বৌক যি মাৰ দিছে বেয়াই লাগে।

ৰিংকি বৌৰ পিঠিত যে ঔ কিল পৰিছে মই যানো কিন্তু কিমান মাৰ পৰিছে কেনেকুৱা অৱস্থাত আছে সেয়াহে জানিব বিছাৰি আছিলো। নিলীমাৰ পৰা গম পালো যে বৌক বৰ বেয়াকৈ পিতিছে। ঘৰৰ গোটেই কেইজন মানুহে মিলিও গিৰিয়েকক ধৰি ৰাখিব পৰা নাছিল। পিতন খাই বৌয়ে হেনো লৰা ছোৱালিহাল লৈ মাকৰ ঘৰলৈ গল। নিলীমাই মোক বৌয়ে ফোন কৰিলে তাইৰ লগত কথা পাতিবলৈ মানা কৰিলে। মই হব দে বুলি কয় ফোনতো কাটি বৌৰ অৱস্থাৰ কথা ভাৱি দুখ কৰিব ধৰিলো।সৰু সৰু বাচ্ছা দুটিৰ সৈতে কম কষ্ট হৈছে নে তাইৰ এনে পৰিস্থিতিত যদি তাইক ফোন এটা কৰি তাইৰ দুখৰ সমভাগি নহও তেতিয়া মোক পাপে চুব।

বৌক এটা ফোন কৰিলো। ফোনতো বহু সময় ৰিং হৈ বন্ধ হল। তাই ৰিচিভ নকৰিলে। কিন্তু কিছু সময় পিছতে তাই কল বেক কৰিলে । ৰিচিভ কৰি মই লাহেকৈ সুধিলো

– কত আছা ?

তাই একো উত্তৰ নিদি কান্দিব ধৰিলে তাইৰ কান্দোন শুনি মই থাকিব নোৱাৰা হলো।

মই কলো- নাকান্দিবা চব মোৰ কাৰনে হৈছে, মোৰ কাৰনে আজি তোমাৰ এই অৱস্থা।

তাই আৰু কান্দিব ধৰিলে। মই তাইক কলো

– পিলিজ নাকান্দিবা নহলে মোৰো চকু পানি ওলাব এতিয়া, যি হব লগা আছিল হৈ গল।

তাই কলে – মই আৰু সেইখন ঘৰলৈ নাযাও।

মই তাইক বুজালো যে- সেইখন ঘৰলৈ যোৱা নোযোৱা ডিচিচন এতিয়া লবৰ হোৱা নাই, পিছত সুস্থ মগজুৰে ডিচিচন লবা, চিন্তা নকৰিবা চব ঠিক হৈ যাব।

হঠাৎ তাই মোক সুধিলে-তই মোক বিয়া কৰাবি নে?

তাইৰ প্ৰশ্নত মই থতমত খালো। চল্লিশ বছৰিয়া মহিলা এজনিৰ পৰা বিয়াৰ পস্তাৱ পাই মই কি উত্তৰ দিম ভাৱিব লগা হল। পিছে বৌক যে মই মনে প্রানে ভাল পাও সেয়াও মিচা নহয়। তাই আৰু সুধিলে

-কি হল বিয়াৰ নাম শুনি হাগা বাহিৰ হল নেকি?

মই কলো- নহয় অ মই তোক ভাল পাও সচা কিন্তু কথাতো ভাল হব যানো?

তাই আৰু কান্দিব আৰম্ভ কৰিলে আৰু দুখেৰে মোক কলে

– মই যদি জীয়াই থকা বিছৰা তেতিয়াহলে মোক ইয়াৰ পৰা দুৰলৈ লৈ যোৱা নহলে মই কিন্তু মৰি যাম।

তাইৰ কথা শুনি মই কলো- মৰাৰ কথা নকবি তই যেনেদৰে বিছৰা তেনেদৰেই হব তোেক মই বিয়া কৰাম মই কি তোেক মৰিব দিম নেকি?

আজি ৰাতিয়ে মই মামাহতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ আহি কাপোৰ দুইযোৰমান এটা বেগত ভৰাই বৌহতৰ মাকৰ ঘৰলৈ গলো। তাইও সৰু বেগ এটাত ওলপ কাপোৰ ভৰাই ৰেডি আছিল। এতিয়া পুৱা পাছটা মান বাজিছে। তাই বাচ্ছা দুটা লগত লৈ যাব বিছৰা নাছিল, কৈছিল সিহত মামাক আৰু আইতাকৰ লগত থাকিব আমাৰ লগত গলে মিচাতে কষ্ট পাব কিন্তু মই সিহতক লগত লৈ যাম বুলি কোৱাত তাই দুয়োটিকে লৈ মোৰ বাইকত উঠিল। আমি গৈ গুৱাহাটিত উপস্থিত হলো। বিশাল গুৱাহাটিৰ কত যাম কি কৰিম মই একো উৱাদিহ নাপালো। মোৰ লগত পাছ হাজাৰ মান পইচা আছে ৰিংকিৰ লগতো ত্ৰিছ হাজাৰ থকা বুলি কৈছে। সেয়ে প্রথমে থাকিবলৈ ৰুম এটা বিচাৰিব ধৰিলো।

ঘুৰি ঘুৰি বিছাৰি বিছাৰি এটা ৰুম পালো। লগে লগে এডভান্স দি ৰুমতো লৈ ললো। দিনতো খুউব কষ্টৰে পাৰ হৈ গল। সৰু ৰুমতোেত এখন সৰু বিছনাও আছিল, পিছে সেইখনত গোটেই কেইজন থাকিব পৰা নাযাব। বিছনা খনৰ বাদে ৰুমতোেত একো নাছিল। সেয়ে বাকি প্রয়োজনিয় বস্তুবিলাক মই বজাৰলৈ গৈ কিনি লৈ আহিলো। গেচ, চুলা, বাচন বৰ্তন, ৰেচন লৈ ৰুমৰ ভিতৰত সোমালো, তাই গোটেই বস্তুবিলাক সজাবলৈ ধৰিলে। মই ভাগৰত থাকিব পৰা নাছিলো। মজিয়াতে দীঘল দি মই শুই গলো। তেনেতে এবাৰ ৰস্মিতাইও ফোন কৰিলে মই ৰিচিভ নকৰিলো।

ৰাতি খাই বৈ গোটেই কেইজন শুই থাকিলো। তাই মোৰ বুকুৰ মাজত সোমাই অতি কম সময়ৰ ভিতৰতে টোপনিত ঢলি পৰিল। মইও কি কৰিম কেনেকৈ সংসাৰ চলাম ভাৱি ভাৱিয়ে পোহৰ কৰি দিলো। তাইৰে মোৰে মিলি লগত বিশ হাজাৰ মান পইচা আছে, এইখিনি শেষ নোহোৱাতে ইনকামৰ ৰাস্তা এটা উলিয়াই লব লাগিব। আকো এই মূহুৰ্ত গাওত ঘৰত কি ঘটি আছে, আমাৰ কথা বিলাক গম পালে নেকি বুলিও ভাৱি মনতো ওলপ ওলপ লাজত ভয়ত কিবা কিবি লাগিব ধৰিছে।ৰিংকি আৰু মই মজিয়াতে শুই আছো।বাচ্ছা দুটা বিছনাখত শুইছে। মোৰ বুকুত সোমাই মোক সাৱতি পৰম শান্তিত শুই থকা ৰিংকিৰ কোমল দেহাতোৰ পৰশ মই বিন্দাচ উপভোগ কৰিব ধৰিলো।

ৰাতি পুৱা তাইক মূই কাম বিচাৰি যাও বুলি কলো। তেতিয়া তাই মোক সুধিলে

-কি কাম কৰিবা?

মই কলো-কামতো কৰিবই লাগিব, যি পাও তাকে কৰিম। মোৰ কথা শুনি তাই কলে

-কাম কৰিব নালাগে তুমি কাম কৰিব গলে মই কাৰ লগত থাকিম?

তেতিয়া মই কলো-নহলে খাবা কৰ পৰা?

তাই কলে-দাদাৰ পৰা ওলপ পইচা লৈ ৰেস্তুৰেণ্ট এখন দিলে কেনে হব?

মোৰ আইডিয়াতো বেয়া নালাগিল। তাই কথাতো দাদাকৰ লগত আলোচনা কৰিলে। ইতিমধ্যে গাওতো কথাতো সকলোৱে গম পাইছে যে মই তাইক পলাই আনিছো। মায়ে ফোন কৰি মোক বহুত গালি দিলে, আৰু ঘৰলৈ যাব মানা কৰিছে। ৰিংকিকো ঘৰৰ পৰা ফোন কৰি বৰ গালি দিছিল। পিছে দদায়েকে তাইক দুদিনৰ ভিতৰত তিনি লাখ টকা দিম বুলি কলে। সেই খিনি মাটি বিক্ৰি কৰি পোৱা পইচাৰ ভাগ, দুদিনৰ ভিতৰত এনেও তাই পোৱাৰ কথা আছিল কিন্তু এই ঘটনাতো ঘটি গল।

ৰেস্তুৰেণ্টৰ কাৰনে এটা ৰুম বিচাৰি উলিয়ালো। ঠাইখিনি আৰু ৰুমতো পচন্দ হোৱাত এডভান্ব দি ৰুমতো লৈ থলো। লাহে লাহে সকলো ঠিক হব ধৰিছে। ৰিংকিয়ে ৰুমত দুয়োটা লৰা ছোৱালিৰ লগত খেলি থাকে মই ৰেস্তুৰেণ্টখনৰ ইতো সিতো কামত ঘুৰি শেষত এদিন ৰেস্তুৰেণ্ট খন অপেনিং কৰিলো।মনতো ফৰকাল ফৰকাল লাগি গল। ৰিংকিকো খুউব আনন্দিত মনত দেখা গল। ঠাইখিনি খুউব জনবহুল কাৰনে প্ৰথম দিনাই বহুত ভাল ৰিজাল্ট পালো। ৰিংকিয়ে কলে যে দুজন ৱেটাৰ নহলে বহুত অসুবিধা হব। মই পিছে ইমান ভাল ৰিজাল্ট পাম বুলি আশা কৰা নাছিলো। ৰিংকিয়ে মোক আপচোচ কৰি কলে-ইহত দুটা নহলে মই তোমাক সহায় কৰিব পাৰিলোহেতেন।

ৰাতি ৰুমলৈ আহি পইচাৰ বেগতো তাইক চমজাই দিলো। তাৰপিছত শুবলৈ ললো। আমি খোৱা বোৱা ৰেস্তুৰেণ্টতে কৰি আহিছিলো। বিছনাত লৰা ছোৱালি হালক শোৱাই আমি মজিয়াত শুব ললো। তাইৰ কাণৰ কাষত মই ফুচফুচাই কলো

-সুহাগৰাট নকৰা নেকি?

তাই কলে-তোমাৰ মনে নহোৱা হৈছে মোেৰ লগত।

তাইৰ কথা শুনি মই তাইৰ গিডাখনত খামুছি ধৰি গাতো তাইৰ লৰাই দিলো। তাই আউস বুলি কয় মোৰ বস্তু দাল জোৰকৈ ধৰি কলে-চিঙি দিম।তাৰপিছত তাইক সাৱতি দুটামান চুচু মা খাই কাপোৰ বিলাক খুলি নাংগা হৈ ললো। লাইটৰ পোহৰত জিলিকি থকা তাইৰ ধুনিয়া মুখখনি চাই খাৰা হোৱা মোৰ ব স্তুদাল বহল তাইৰ সুৰংগতোৰে সোমাই বিন্দাচ দিলো।বৰ মজা লাগিল।

3 thoughts on “ৰিংকি বৌ 9”

Leave a Reply to Demon Cancel reply

error: Content is protected !!