সাতজনৰ পৰা ছোদন খালো

মই সাত জন ধুনীয়া ধুনীয়া যুৱকক ভাল পাইছিলো। তাৰ পাছত সকলো যুৱকক চম্ভালি ৰাখিবলৈ কঠিন হৈ পৰিছিল। ভাল পোৱা প্ৰেমিক সকলে মোৰ লগত শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল। ময়ো ইজনে সিজনক নজনা কৈ ভাল পোৱা সকলৰ লগত যৌন মিলন কৰিছিলো। তেনেকুৱা কাম কৰিবলৈ বিচাৰিলে কাকো বাধা দিব নোৱাৰিছিলো।

আচলতে কাকো এৰি থাকিব নোৱাৰাৰ বাবেই আটাইকেজন প্রেমিকক সমানে মৰম দিছিলো। যিদিনাখন এজন এজনকৈ সাত জনেও মোৰ লগত শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল সেইদিনাৰ কাহিনী কলে আজিও শৰীৰটো কপি উঠে। মই এনেকুৱা ছোৱালী আছিলো যে সেই সাত জন যুৱকক মোৰ হৈ থকাটোহে বিচাৰিছিলো। আটাইকেজন যুৱকে মোৰ কাৰণে পাগল হৈ পৰিছিল।

মোক একেবাৰে পাবলৈ আটাই- কেইজন প্রেমিকে নেদেখা জনক প্রার্থনা জনাইছিল। কিন্তু মই কাৰ লগত গোটেই জীৱন পাৰ কৰিম বাছনি কৰিব পৰা নাছিলো। সাত জনেও ধুনীয়া ধুনীয়া, জ্ঞান-বুদ্ধি ভাল আৰু পঢ়ি থকা ল’ৰা আছিল। লাহে লাহে আটাইকেইজনে মোৰ প্ৰেমত গভীৰভাৱে পৰিছিল।ময়ো আটাইকেজনৰে প্ৰেমিকা হৈ পৰিছিলো।

মোৰ নাম কৃষ্টিনা। তেতিয়া কলেজত পঢ়ি আছিলোঁ। একেখন কলেজতে পঢ়া ল’ৰা এজনে ভাল পাবলৈ বিচাৰিছিল।ময়ো নহ’ব বুলি ক’ব নোৱাৰিলো।সি মোৰ শেষৰটো ভাল পোৱা আছিল। সুবিধা পালেই আমাৰ যৌন মিলন ঘটিছিল।সি মোক বহুত মৰম কৰিছিল। আনকি তেওঁৰ মাক-দেউতাকে মোৰ লগত চিনাকি হৈছিল আৰু মোক বোৱাৰী হিচাপে গ্ৰহণ কৰিবলৈ বিচাৰিছিল।

ছয় নম্বৰ ভালপোৱা জন হৈছে ক্লাছৰে নলেগলে লগা বান্ধৱী এজনীৰ “দাদা”।সিহঁতৰ ঘৰ হৈছে মই কলেজলৈ যোৱা ৰাস্তাৰ কাষত। ঠিক কলেজৰ দুই কিলো-মিটাৰ আঁতৰত। কলেজলৈ যাওঁতে বা আহোতে হ’লেও সিহঁতৰ ঘৰত সোমাইছিলো।কেতিয়াবা ৰাতি থাকি আহিছিলো। কেনেকৈ তেওঁৰ প্ৰেমত পৰিলো নিজেই নাজানো।সুবিধা পালেই সেইজনেও মোক তামাম বজাইছিল। লাহে লাহে বান্ধৱী জনী তাইৰ দাদাৰ লগত লিলিমাই কৰা গম পাইছিল।

সেইজনেও কোনোবা এখন কলেজৰ ছাত্ৰআছিল। তেওঁ হোষ্টেলত থাকি পঢ়িছিল।তেওঁ ঘৰলৈ আহিলে মোৰ কথা কৈছিলআৰু বান্ধৱী জনীও জোবৰ জুষ্টি কৰি ৰাখিছিল। “আজি থাকি যাবা আকৌ দাদা আহিছে নহয়।” বান্ধৱী জনী জকাইছিল”নবৌ বুলি।” মোৰ নিজৰ ঘৰ নিচিনা হৈ পৰিছিল। বান্ধৱীয়ে মোক খুউব সুবিধা দিছিল। “দাদাৰ লগত কথা পাতি থাক দেই”বুলি কৈ তাই গাওঁ ফুৰিবলৈ গৈছিল। সেইসু যোগতে মোক তামাম বজাইছিল।

দুজন ভালপোৱাৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া প্ৰথম ভালপোৱাৰ বিষয়ে কম। আন চাৰিজন ভালপোৱাৰ বিষয়ে পাছত কম। আন চাৰিজনেও মোক সন্তুষ্ট কৰি আহিছিল।আন চাৰি জনৰ লগতেও মোেৰ যথেষ্ট লিটিপিটি আছিল। ক্লাছ চেভেনৰ পৰা ক্লাছ ইয়েটলৈ প্রমোচন পোৱাৰ লগে লগে মোৰ প্ৰথম প্রেম হৈছিল। তেতিয়া স্কুলত প্ৰথম বছৰ চাদৰ মেখেলা পিন্ধি পাইছিলো।

স্কুলত নতুন নতুন চাদৰ-মেখেলা পিন্ধিবলৈ পাই খুউব ফুটি লাগিছিল। দেখিবলৈ ধুনীয়া জনী হৈ পৰিছিলোঁ। ৰং মনে সদায় স্কুললৈ গৈছিলো খোজ কাঢ়ি। স্কুলখন আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ আঁতৰতে। আমাৰ গাওঁখনৰ দুয়োফালে মানুহৰ ঘৰ আৰু ৰাস্তাটো তেতিয়া কেঁচা আছিল। গাঁৱৰে ৰাজ নামৰ ল’ৰা এজনে সদায় মোক ৰ লাগি চাই থাকিছিল স্কুললৈ যাওঁতে আহোতে।

এদিন ৰাজ আৰু মোৰ চকুৱে চকুৱে আকৰ্ষণ কৰিছিল। তেওঁৰ গাল মুখ ৰঙা পৰি গৈছিল। মই অলপ সময় তেওঁৰ চকুতে চকু থৈ মিচিকিয়াই হাঁহি তলমুৱা হৈ আতঁৰি যাব লগা হৈছিল। তেওঁ সদায় চাইছিল, ময়ো সিহঁতৰ পদূলি পালেই এপাক ঘুৰি নোচোৱাকৈ থাকিব নোৱাৰিছিলো। সেই তেতিয়াৰ পৰাই আমাৰ প্ৰেমৰ লীলা সৃষ্টি হৈছিল। মাত্র ক’ব পৰা নাছিল মনৰ ভাৱ -বোৰ। এনেদৰে দিনবোৰ পাৰ হৈছিল।

হথাৎ এটা সন্ধিয়া কোনেও নজনাকৈ আনকি মই বা ৰাজ নজনাকৈয়ে আমাৰ প্ৰেম বহুদূৰলৈ আগবাঢ়ি যায়।ভৱা নাছিলো আমাৰ প্ৰেম ইমান দূৰলৈকে আগবাঢ়িব বুলি। যিসকলে প্ৰত্যক্ষ কৰিছিল সেইসকলেও আচৰিত হৈ পৰিছিল চাগে। দ্বিতীয় দিনা ৰাতিপুৱা ভাবিবলৈ বাধ্য কৰাইছিল “আমি কি কাম কৰি পেলালো ইমান মানুহৰ মাজত।”

অত দিনৰ মনৰ কথা মুখেৰে প্ৰকাশ কৰিব নোৱাৰিলেও হাতেৰে স্পৰ্শ কৰি বুজাই দিছিল তেওঁ। ময়ো মুখেৰে ক’বলৈ সাহস নকৰিলেও সমস্ত দেহা ৰাজৰ বুলি স্পষ্ট কৰি দিছিলোঁ। সেই সময়ত আশে পাশে ইমান মানুহ আছিল যদিও কাকো দেখা পোৱা নাছিলোঁ। কেৱল যেন তাত কৃষ্টিনা আৰু ৰাজহে বহি আছিল মৰম বোৰ ভাগ বতৰা কৰি।

আচলতে সেইদিনা খন আমি টিভিত ছিৰিয়েল চাই আছিলোঁ। তাহানি দিনৰ কথা, গাওঁত টিভি বুলিবলৈ মাত্ৰ এঘৰ মানুহৰ ঘৰত আছিল। তাতেই গাওঁৰ মানুহে চাবলৈ গৈছিল আৰু গৃহস্থই চতালতে ওলাই দিছিল টিভি খন।আন দিনাৰ দৰে সেইদিনাও ময়ো গৈছিলো টিভি চাবলৈ। চতালত বহু মানুহ বহি আছিল টিভিৰ ফালে মন দি। টিভিখন ব্লেক এনদ হুৱাইট আছিল।

তেতিয়াৰ দিনত কাৰেণ্ট নাছিল। বাৰ ভল্টৰ বেটেৰীৰে টিভি খন চলি আছিল।টিভিৰ পোহৰত মানুহ খিনিক ধৰিব পৰা নাছিল কোন হয়। একেবাৰে পাছফালে আমি তিনিজনী বান্ধৱীয়ে শাৰী শাৰীকৈ বহিছিলো। অলপ পাছতেই ৰাজ আহি বহিছিল আমাৰ পাছফালে। তেওঁৰ লগতেও তিনিজন লগৰীয়া আছিল। ৰাজ গম পোৱা নাছিল তেওঁ যে কৃষ্টিনাৰ পাছফালে বহিছে বুলি

গৰমৰ দিন, টিভি চোৱা দৰ্শকক ঢাৰি পাৰি দিছিল বহিবলৈ। গৰমৰ দিন যদিও ছিৰিয়েল খন মনযোগেৰে মানুহে চাই আছিল। মোৰ হ’লে ছিৰিয়েল খনলৈ মনটোক পঠিয়াই দিব পৰা নাছিলো। মোৰ মনতো গৈছিল পাছ ফালে বহি থকা ৰাজ লৈ। লাহেকৈ মোৰ টিকাটো ৰাজৰ কাষ চাপি আহিছিল। মাজতে লগৰীয়া জনী কৈছিল “কি হৈছে তোমাৰ, ইমান লৰচৰ কৰি আছ যে।”

“বহুত গৰম লাগিছে অ” এনেদৰে উত্তৰ দিয়াত মোৰ মাতত ৰাজে চিনিবলৈ সক্ষম হৈছিল যে এই জনী কৃষ্টিনা হয় বুলি। তাৰ পিছত সি লাহে লাহে মোৰ পিঠিত লাগি যোৱাকৈ বহিছিল। তেওঁ মোৰ ককাঁলত খামুচি ধৰিবলৈ চেষ্টা চলাই আছিল। তেওঁ সাহস কৰা নাছিল খং উঠে বুলি। মাজে মাজে ভৰিৰ বঢ়া আঙুলিটো মোৰ টিকাত লগাই দিছিল।

ৰাজৰ কিছুমান কৰ্ম কাণ্ডত মোৰ শৰীৰটো বেছিকৈ গৰম উঠিছিল। তাৰ ভৰিৰ বঢ়া আঙুলিক বাধা প্রদান নকৰাত তেওঁ বুজি পাইছিল। পাছত তাৰ হাতখনে বাৰে বাৰে মোৰ পেটৰ নাভি লৈকে আহিছিল। তাতো বাধা নিদিয়াত তাৰ সাহস দুগুণ হৈ পৰিছিল। তেওঁ মোৰ নাভিত খামুচি ধৰিছিল। আকৌ মানুহ দেখিব বুলি হাতখন তানি আনিছিল। পাছফালৰ পৰা মোৰ টিকাত হ’লে তামাম খামুচি ধৰিছিল।

ওচৰত যে লগৰীয়া কেইজনী বহি আছিল আৰু ৰাজৰ লগতেও যে তাৰ লগৰীয়া কেইজন বহি আছিল, পাহৰি পেলাইছিলো তেতিয়া। ৰাজৰ হাতখন তানি আনি মোৰ বুকুত স্থাপন কৰি দিছিলোঁ। ৰাজৰ হাতৰ যাদুত মোৰ বুকুখন কিবা কিবি লাগিছিল। মোৰ অনুমান, আমাৰ সেই দৃশ্যটো কোনোবাই হ’লেও দেখিছিল। এনেকৈয়ে টিভিত কেইবাখনো ছিৰিয়েল শেষ হৈছিল।

তাৰ পাছৰেপৰা আমি সহজে কথা পাতিব পাৰিছিলো। যি ধৰণেৰে মন যায় সেই ধৰণেৰে ৰোমাঞ্চ কৰিছিলোঁ। ৰাজে মোক কাপোৰ-কাণিকে ধৰি টকা-পইচাৰেও সহায় কৰিবলৈ ধৰিছিল। ৰাজ নিজেই পঢ়া বাদ দি মোক পঢ়াইছিল। সি মেট্রিক পাছ কৰিয়েই শিক্ষা সমাপ্ত কৰিছিল আৰু গাওঁতে সৰু এখন দোকান দিছিল আৰু মোৰ কাৰণে টকা-পইচা খৰচ কৰিছিল।

এনেদৰে ৰাজৰ লগত লিলিমাই কৰি কৰি ক্লাছ তেনত ভৰি দিছিলোঁ। চাৰিটা চাবজেকত চাৰিজন টিউচন ছাৰৰ লগত টিউচন কৰিছিলোঁ। টিউচনৰ ফিচ ৰাজে দিছিল আৰু মই নিছিলো। মাজতে যে কৈছিলো চাৰি জন ভাল পোৱাৰ বিষয়ে পাছত কম বুলি। সেই কেইজন আছিল টিউচন ছাৰ সকল। আচলতে ল’ৰাবোৰে মোৰ লগত সহজে পতিছিল।

আগতে ল’ৰা মুখাক মাতিবলৈ লাজলাগিছিল। ৰাজৰ লগত প্ৰথম লিতিপিতিকৰাৰ পাছৰে পৰা সেই লাজ প্ৰায়নাইকীয়া হৈ গৈছিল এনেয়ে মই ধুনীয়াছোৱালী।দেখিলে যিকোনো মানুহে ঘুৰিনোচোৱাকৈ থাকিব নোৱাৰিছিল। টিউচনছাৰ কেইজনেও কম ধুনীয়া নহয়, ফিগাৰএকদম তনতনীয়া।এজন এজনকৈচাৰিজনকো নিজৰ হাতত ৰাখিছিলোআৰু চাৰিজনেও পতিছিল।

মোৰ তনতনীয়া ফিগাৰক কম পাগল নেকি টিউচন ছাৰ কেইজনে, এদিন ভোগ কৰিবলৈ নাপালেই মৰি যোৱাকৈ খৱৰ লৈছিল। মোৰ সমস্ত দেহ তেওঁলোকেও ভোেগ কৰি আহিছিল। তেওঁলোকেও একেবাৰে নিজৰ কৰি নিবলৈ কথা দিছিল। কোনেও মোৰ পৰা টিউচনৰ ফিচ লোৱা নাছিল। ৰাজে টিউচনৰ ফিচ দিবলৈ দিয়া টকাখিনি মাকৰ হাতত দিছিলোঁ।

এনেদৰে লিলিমাই কৰি কৰি মেট্ৰিক পাছ কৰি কলেজ এখনত নামভর্তি কৰিছিলোঁ। কলেজখন আমাৰ গাৱঁৰ পৰা পাঁচ কিলোমিটাৰ নিলগত। কলেজলৈ অহা-যোৱাৰ সুবিধাৰ্থে ৰাজে মোক এখন লেডিচ চাইকেল কিনি দিছিল। তেতিয়াৰ দিনত গাৱে-ভূয়ে গাড়ী-মটৰ নাছিল। বাই-চাইকেলখনে সকলোৰে প্ৰিয় আছিল। আমাৰ গাওঁৰ পৰা মই অকলে সেইখন কলেজত পঢ়িছিলোঁ।

এনেদৰে কলেজলৈ যাওঁতে যাওঁতে খুউব কম দিনৰ ভিতৰতে এজনী বান্ধৱীক লগ পাইছিলো আৰু এটা সময়ত তাইৰ নিজৰ দাদাৰ লগতে মই লিতিপিতি কৰিবলৈ ধৰিছিলো। যিজন নেকি মোৰ ছয় নম্বৰ ভাল পোৱা আছিল। তাই মোক দাদাৰ প্ৰেমৰ সম্পৰ্ক থকা বুলি গম পাইছিল আৰু আমাক মুকলিকৈ এৰি দিছিল। কেতিয়াবা তাইৰ দাদাৰ লগত ফেলফেলিয়া হৈ ঘৰলৈ আহিব লগা হৈছিল।

এনেদৰে গাওঁৰ কলেজখনত দুটা ক্লাছ শেষ হোৱাৰ পাছত চহৰলৈ আহি পঢ়িব লগা হৈছিল। কাৰণ সেইখন কলেজত দুটাহে ক্লাছ আছিল। চহৰৰ কলেজখনত ৰাজে নাম ভর্তি কৰাই দিছিল আৰু সকলো খৰচ সিয়ে বহণ কৰিছিল। সেইখন কলেজতেও মই এজনৰ প্ৰেমত পৰিছিলো। যিজন নেকি মোৰ শেষৰটো ভাল পোৱা আছিল। সেই জন প্রেমিক ধনী ঘৰৰ ল’ৰা আছিল।

চহৰখনত থাকি বৰ ভাল লাগিছিল।কাৰণ প্ৰেমিকৰ ঘৰে নিজৰ ঘৰ নিচিনালাগিছিল। কেতিয়াবা তাতেই বনাই মিলিখুৱাই-বুৱাই, ময়ো খাই-বৈ তাৰ পৰাইপ্ৰেমিকৰ লগত কলেজলৈ আহিছিলো।প্ৰেমিকৰ ঘৰৰ সকলোৱে মোক মৰমকৰিছিল। কেতিয়াবা বোৱাৰী, নবৌ আৰুবাকী সকলেও নিজৰ নিজৰ সম্বন্ধ ধৰিজকাইছিল। প্রেমিকৰ মাক-দেউতাকেকোৱা মতে সি এজন বদমাচ ল’ৰা আছিল,আৰু মোৰ প্ৰেমেহে ঠিক কৰি দিছিল।

মোৰ প্ৰেমত পৰি সহজ-সৰল হোৱাৰ বাবে মাক-দেউতাকৰ আনন্দৰ সীমা নাছিল। আগৰ দৰে সি মদ্যপাণ বা ধুমপাণ নকৰিছিল। নাম তেওঁৰ দিপাংকৰ। আচলতে আমি দিপাংকৰ হঁতৰ ঘৰতে ভাৰাতিয়া হিচাপে আছিলোঁ। কলেজৰ নিচেই কাষতে সিহঁতৰ ভাৰা দিয়া ঘৰখন। মেইন ঘৰখন দুই কিল’মিটাৰ দূৰত হ’ব কলেজৰ পৰা। ভাৰা ঘৰখনত আমি পাঁচজনী আছিলো।

মোৰ কাৰণে ঘৰ ভাৰা ফ্রী আছিল। আমি পাঁচজনী পইচা উঠাই মুঠ কৰি ভাৰা দিছিলোঁ। তাৰে পৰাই পাঁচ ভাগৰ এভাগ আকৌ মোৰ হাতত ঘুৰাই দিছিল। কেতিয়াবা দিপাংকৰৰ মাকৰ লগত সিহঁতৰ ঘৰলৈ গৈছিলো আৰু সময় সময় ধৰি দিপাংকৰৰ লগত কটাইছিলো। যেনেকৈ ইচ্ছা তেনেকৈ মোক দিপাংকৰে ব্যৱহাৰ কৰিছিল। দিপাংকৰৰ ব্যৱহাৰ-পাতি মোক বহুত ভাল লাগিছিল।

পৰীক্ষা শেষ হোৱাৰ পাছত এদিন ঘৰলৈআহিছিলো। দিপাংকৰে নিজৰ গাড়ীৰেআগবঢ়াই থবলৈ আহিছিল। গাড়ীৰে অহাদেখি ওচৰ-চুবৰীয়াই চাবলৈ আহিছিল।ইমান মানুহ চাবলৈ অহাত দিপাংকৰেআচৰিত হৈ পৰিছিল।গাৱঁলীয়া সমাজতযে তেনেকুৱা পৰিৱেশৰ সৃষ্টি হয় পাছতগম পাইছিল সি। ইফালে ভালপোৱাসকল, মই অহা গম পাই ছতফতাইআছিল আমাৰ চতালতে।

আটাইকেইজন ভালপোৱাক সময়সীমা বান্ধি দিছিলোঁ, কোনজন কিমান সময়ত আহিব লাগে। সকলোকে মিছা মাতিছিলো, যে “তুমি এটা বজাত আহিবা, মোক জিৰণি ল’ব লাগিব। আপুনি দুটা দুটা বজাত আহিব, ঘৰত আলহি আহি আছে।” তেতিয়াহে তেওঁলোকে আমাৰ ঘৰৰ পৰা আঁতৰি গৈছিল। ভালপোৱা সকলে মোৰ শৰীৰৰ ভোকত আছিল।

লাহে লাহে আমাক চাবলৈ অহা মানুহ খিনি নাইকীয়া হৈ গৈছিল। ভাইটি স্কুললৈ গৈছিল। মা-দেউতাই অতিথিক সন্মান জনাই ভাত-পানী দি নিজৰ নিজৰ কামৰ বাবে ওলাই গৈছিল।তাৰ পাছত ঘৰত আছিলো দিপাংকৰ আৰু মই।ভাত-পানী খাই যামগৈ বুলি কোৱা দিপাংকৰে যাবলৈ মনে নকৰিছিল। মই গম পাইছিলো মোৰ মৰম নোপোৱাকৈ কেতিয়াও নাযায়। সেয়েহে মোৰ ৰুমলৈকে মাতিছিলো।

ভৰ দুপৰীয়া, মানুহৰ মাত শুনিবলৈ পোৱা নাছিল, কেৱল চৰাই-চিৰিকতিৰ মাত শুনিবলৈ পাইছিলো। ৰুমৰ ভিতৰত কেৱল দিপাংকৰ আৰু মই উদং শৰীৰে ঘামি পৰিছিলো। প্রথমতে মোক উত্তেজিত কৰি তুলিছিল। তাৰ পিছত যেনেকৈ ইচ্ছা তেনেকৈ মোক বজাইছিল। কামনা শেষ হোৱাৰ পিছত দিপাংকৰে কাপোৰ-কাণি পিন্ধি ঠিক-ঠাক হৈ ঘৰলৈ উভতি গৈছিল।

দিপাংকৰে পেলপেলিয়া কৰি থৈ যোৱাৰ লগে লগেই ঠিক সময়মতে ছয় নম্বৰ জনেও ” ইমান দিনৰ মূৰত পাইছো” বুলি কৈ তামাম বজাইছিল। তেওঁৰ পাছতেই অংক টিউচন ছাৰে আহিছিল। এনেদৰে এজন এজনকৈ আহি টিউচন ছাৰ সকলে চাৰিজনেও মোৰ লগত শুইছিল। কাম শেষ হোৱাৰ লগে লগেই পঠিয়াই দিছিলোঁ মানুহ আহিব বুলি মিছা মাতি।

তেতিয়া লৈকে ছয় জন প্ৰেমিকৰ লগত শুই দুৰ্বল হৈ পৰিছিলো। তেওঁলোকৰ লগতে চাৰিটা ঘণ্টা সহ্য কৰি থাকিব লগাত পৰিছিলো। মৰি যাওঁ মৰি যাওঁ লাগিছিল। বহুত কষ্টেৰে ছয় জনৰ কামনাৰ উত্তেজনা ঠাণ্ডা কৰি বিদায় দিছিলোঁ। ইফালে মোৰ দেহৰ পানী শেষ হৈ গৈছিল। ভাগ্য ভাল, সেইদিনা বেছি সময় ধৰি শুৱ পৰা নাছিল, ভালপোৱা সকলে। নহলে মৰিয়ে থাকিলোহেঁতেন।

বিয়লি পাঁচ বজাতে দোকানখন বন্ধ কৰি পোনে পোনে আমাৰ ঘৰলৈ আহিছিল ৰাজ। বিছনাতে পৰি আছিলোঁ দুৰ্বল শৰীৰটো লৈ, সি মোক মাতিছিল যদিও নুশুনা ভাও ধৰি আছিলো। তাৰ পিছত ভিতৰলৈ সোমাই মোক জগাই তুলিবলৈ চেষ্টা কৰিছিল। তথাপিও অভিনয় কৰি আছিলো, যেনেবা মই টোপনিত লালকাল। কিন্তু সি মোক কাপোৰৰ ওপৰতে বিভিন্ন অংশত খামুচি ধৰাত চকু মেলিবলৈ বাধ্য হৈছিলো।

চকু মেলি দেখিছিলো “ৰাজ” উত্তেজনাত চকু, মুখ আৰু গাল ৰঙা পৰি আছিল আৰু মোক যতে ততে খামুচি ধৰিছিল। ঘৰত যে আন কোনোবাই আছে বুলি ভয় খোৱা নাছিল। মোক শুৱাৰ পৰা উঠিবলৈ সুবিধা নিদিছিল। “পাছত আহিব ঘৰৰ সকলোৱে টিভি চাবলৈ যাব।” এনেদৰে বুজোৱাত সি ওলাই গৈছিল। সি ওলাই যোৱাৰ পাছতহে ৰক্ষা। কাৰণ তেতিয়ালৈকে দেহত সেই শক্তি নাছিল।

অলপ পাছতেই ঘৰৰ সকলোৱে গাৱঁৰ সেই ব্লেক এনদ হুৱাইত টিভিত ছিৰিয়েল চাবলৈ গৈছিল। সেই সুযোগতে ৰাজ আকৌ আহি মোৰ শৰীৰৰ বস্ত্ৰ খিনি এটা এটাকৈ খুলাই দিছিল। তাৰ পিছত মোৰ দুৰ্বল দেহৰ লগত একাকাৰ হৈ মৰম কৰিবলৈ ধৰিছিল। দুর্বল যদিও মনে মনে আছিলোঁ। কান্দিম নে মৰিম লাগিছিল। তেওঁৰ কামনা শেষ হোৱাৰ পাছত আকৌ বিচাৰিছিল যদিও দিব নোৱাৰিছিলো।

একেদিনাই সাতজনৰ পৰা সেই মজাটো পাই ভাবিবলৈ ধৰিছিলো যে মই সিমান জনৰ লগত শাৰীৰিক সম্পর্ক গঢ়ি তুলিবলৈ নোৱাৰিম আৰু, দিপাংকৰৰ বাহিৰে আটাইকেইজন প্ৰেমিকক পাহৰিবলৈ যত্ন কৰিছিলোঁ। সাতজনৰ ভিতৰত দিপাংকৰক বাছনি কৰিছিলো। দিপাংকৰে মোক সকলো ফালৰ পৰা সুখ দিব বুলি মনতে স্থিৰ কৰিছিলোঁ।

বাকী পাঁচজনে পাহৰিছিল যদিও ৰাজ মোক পাহৰা নাছিল। দিপাংকৰ লগতে বেছিভাগ সময় অতিবাহিত হৈছিল চহৰতে। ৰাজ চাবলৈ আহিলেও মই পাট্টা দিয়া নাছিলোঁ। কিন্তু যেতিয়া গাঁওলৈ আহো তেতিয়া মোক বহুত আমনি দিছিল ৰাজে। ৰাজৰ পৰা যে আতঁৰি থাকিবলৈ চেষ্টা কৰি আছিলো সি ভালকৈ বুজি পাইছিল।

ৰাজক পাট্টা নিদিয়াৰ বাবে সি পাগলৰ দৰে হৈছিল। লাহে লাহে দোকানৰ বস্তু-বাহিনী উদং হৈ গৈছিল। মদ-ভাং ইত্যাদি সেৱন কৰিবলৈ ধৰিছিল।যতে-ততে ৰাতি কটাইছিল। স্বাস্থ্য বহুত গুণে বেয়া হৈ গৈছিল। ৰাজৰ ঘৰৰ মানুহে আচৰিত হৈছিল যে কি হ’ল ল’ৰাটো।

বিএ কম্পেত কৰাৰ পিছত মোৰ বিয়াখন দিপাংকৰ লগতে হৈছিল। আমাৰ বিয়াৰ পাছত ৰাজ সঁচাকৈয়ে পাগল হৈছিল। যিকোনো গাভৰু ছোৱালী দেখিলেই কৃষ্টিনা কৃষ্টিনা বুলি কৈ সাৱটি ধৰিছিল। গাওঁৰ ৰাস্তায়েদি কোনো গাভৰু ছোৱালী অহা-যোৱা কৰিবলৈ নোৱাৰিছিল। কোনেও নাজানিছিল ৰাজ পাগল হোৱাৰ কাৰণ।

বিয়াৰ পাছত আমাৰ সংসাৰ খন ঠিকেই চলিছিল। লাহে লাহে ৰাজৰ Love Story টো দিপাংকৰে শুনি বুজি পাইছিল। তাৰ পাছত দিপাংকৰ আৰু তেওঁৰ পৰিয়ালে মোক শাৰীৰিক আৰু মানসিকভাবে অত্যাচাৰ চলাইছিল। তেতিয়া ৰাজক বহুত মনত পৰিছিল। সেই সময়ত ৰাজ পাগল মানুহ। তেওঁক পাগল খানাত ভৰ্তি কৰোৱা হৈছিল। এদিন অত্যাচাৰৰ বলি হৈ দিপাংকৰক এৰি মাকৰ ঘৰলৈ উভতি আহিলো।

3 thoughts on “সাতজনৰ পৰা ছোদন খালো”

Leave a Comment

error: Content is protected !!