নিষিদ্ধ স্পৰ্শ-৭
ৰাজেন আৰু অলকা ঘৰ পোৱাৰ পিছতে খগেন আৰু মনিকাও তেওঁলোকৰ ঘৰত হাজিৰ হ’ল। তেওঁলোকে বৰ চিন্তিত হৈ ৰাজেনক ডাক্তৰে কি ক’লে সেইটো সুধিলে। ৰাজেনে হাঁহি এটা মাৰি আকৌ এবাৰ তেওঁলোকক আশ্বস্ত কৰি ক’লে যে চিন্তাৰ বিশেষ কাৰণ নাই, মাত্ৰ কেইদিনমান জিৰণি ল’লেই হ’ব। অলকাই জোৰ কৰিলে যে আজি দুপৰীয়াৰ ভাত সাঁজ তেওঁলোকৰ ইয়াতেই খাব …