ছিলংৰ গধুলি
নমস্কাৰ বন্ধুবান্ধবী সকল, আজি যিটো কাহিনী মই আপোনা লোকৰ আগত কবলৈ ওলাইছো, এই কাহিনীটো বেছি পুৰনি নহয়, যোৱা চেপ্তেম্বৰ মাহৰ কাহিনী। আশাকৰোঁ সকলোৱে আগৰ কাহিনীবোৰৰ দৰেই আদৰি লব। বন্ধুবান্ধবী সকল, যোৱা চেপ্তেম্বৰ মাহত মই আৰু মোৰ তিনিজন বন্ধু ছিলং, ফুৰিবলৈ গৈছিলো। দিন ৰ ভাগত তাৰ ঠাইবোৰত ঘুৰি মেলি গধুলি হোৱাৰ আগে আগে আমি হোটেললৈ ঘুৰি …