মামণি
মোৰ নাম মামণি। ১২ বছৰ বয়সতে মোৰ মা আৰু দেউতাৰ এটা পথ দুৰ্ঘটনাত দুয়োৰে মৃত্যু হয়। তাৰ পাছৰে পৰা মোৰ ঘৰৰ কোনো নহোৱাত মই খুৰাহতৰ লগতে গাওঁত থাকিবলৈ ললো। প্রথমে মোৰ গাঁৱত থাকি ভাল লগা নাছিল যদিও লাহে লাহে নিজকে থাকিবলৈ চেষ্টা কৰিলো। খুৰা আৰু খুৰীৰ কোনো লৰা-ছোৱালী নাছিল। মানুহ বুলি কলে ঘৰত আমি তিনিজনে …