গৰম মন্মিৰা ভাগ ১৭
ইফালে সন্ধিয়ালৈকে পাহী ঘৰলৈ উভটি নহাত মাক মন্দিৰা বৰ চিন্তাত পৰিল৷ পখিলাৰ বাহু বন্ধনৰ পৰা মুকলি হৈ পখিলাক পাহীৰ কথা কোৱাত পখিলাই বিছাৰি যাবলৈ ওলাল৷ পখিলাই মৰমীৰ ঘৰতে পাহীক পাম বুলি ভাবি নিজৰ বাইক খনেৰে ৰাওনা হল৷ মৰমীৰ ঘৰৰ দুৱাৰ মুখত দুজন বন্ধু আৰু পাহীক বহি থকা দেখি আস্বস্ত হল৷ পখিলাই মন্দিৰালৈ ফোন কৰি পাহীক …