জাবৰ পেলোৱা মাইকী
যোৱা ৰাতিৰ মদৰ নিচা এতিয়াও শেষ হোৱা নাই।মাথাতো গধুৰ গধুৰ লাগি আছে।গাতো ও ভাল লগা নাই। নিচাতে একো খাব নোৱাৰিলো কাৰনে ভোকতে পোহৰ নৌহওতে সাৰ পালো।মই গুৱাহাটিৰ ভাৰাৰুমত থাকি প্রাইভেট কোম্পানি এটাৰ অফিছত কাম কৰো। মোৰ নাম অভিজিত । যোৱাৰাতি খোৱা মদৰ নিচাত সাৰ পাই ব্ৰাচ কৰি কৰি মেইন ৰাস্তা পালো। পোহৰ এতিয়াও ভালকৈ হোৱা …