অৰ্পিতা গৰম দেহা
অৰ্পিতাক লগত লৈ হোটেলখনৰ ৰিচিপচনলৈ সোমাই গ’লো । মেনেজাৰজনে ৰেজিষ্টাৰখন দিয়াত দুয়োটাই হাজবেণ্ড—ৱাইফ বুলি চহি কৰাত হোটেল বয় এজনে আমাক ৰূমলৈ নি ৰূমটো খুলি দিয়ে।মই ভিতৰ সোমাই দৰ্জাখনৰ খিলিটো ভিতৰৰ পৰা লগাই দিলো। এইখিনিতে আমাৰ পৰিচয়টো ভালদৰে দি লওঁ ।মোৰ নাম ৰাজু ।অসমৰ যদিও চেন্নাইত কৰ্মৰত । আঠ বছৰীয়া ল’ৰা এটা আৰু মাইকীজনী অসমতে নিজৰ …