তাই পৰিনীতা
মোৰ জীৱনত ঘটি যোৱা এটি সচা ঘটনা। তেতিয়া সম্ভৱত মোৰ বয়স 19 সৰুৱে পৰা মই বহুত চনছল আৰু দন্দুৰা স্বভাৱৰ বুলি কলে বেয়া নহব। তথাপিও মই সকলোৰে লগত মিলিব পাৰিছিলো। আমাৰ ঘৰৰ পৰিয়াল সৰু। মইতেতিয়া নৱম শ্ৰেনীৰ পৰা দশম শ্রেনীলৈপাইছো লগৰবোৰৰ লগত ছোৱালিজোকুৱা, ছোৱালি চকুলৈ চকুমিলাইচকুটিপ মৰা কামবোৰ কৰি খুৱ জমনিকৰিছিলো। কেতিয়াবা কেতিয়াবা লগৰদুই এজনি …