চিকিউৰিটি গাৰ্ডৰ চাকৰি
মই চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি থাকোতে ঘটা এটা ঘটনা আপোনালোকক কবলৈ ওলাইছো। মই তেতিয়া হায়াৰ ছেকেণ্ডাৰি পাছ কৰি গুৱাহাটিত চাকৰি বিচাৰি যাও, কিন্তু ভাল একো চাকৰি নাপায় শেষত চিকিউৰিটিৰ চাকৰিত জইন কৰিছিলো।গুৱাহাটিৰ এটা ডাঙৰ এপার্টমেণ্টত মই ডিউতিত জইন কৰো,বহুদিন ডিউতি কৰাৰ পিছত ফ্লেটৰ মানুহবিলাকৰ লগত মোৰ বৰ ভাল সম্পর্ক গঢ়ি উঠিছিল। এগৰাকি মেমে মোক বৰ …