গায়ত্ৰী
হেল্লো বন্ধু সকল, মই আজি আপোনালোকক মোৰ জীৱনৰ এটা সঁচা কাহিনী ক’বলৈ গৈছোঁ।মোৰ নাম গায়ত্ৰী। মোৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ ত, একেবাৰে অৰুণাচল সীমাত আমাৰ ঘৰৰ বাৰী লাগি আছে। কেৱল এখন নদী আছে মাজত। ঘৰত মাক-দেউতা আৰু দাদা, ককা-আইতা আছিল ঢোকালে। ঢোকোৱা বেছি বছৰ হোৱা নাই। দেউতাৰ নিজৰ ককাই-ভায়ে নাই যদিও পৰিয়ালৰ দদায়েক কেইটাৰ পুতেক …