মুনমী আৰু মই
আজি মই আপোনালোকক কবলৈ ওলোৱা ঘটনাটো মোৰ জীৱনত আজিৰ পৰা এবছৰ আগত ঘটিছিল। মই মোৰ পত্নী ৰীমাৰ লগত তাইৰ ঘৰলৈ গৈছিলো বিয়াৰ ১৫ দিনৰ পিছত।নতুন দৰা কইনাই প্ৰথম বাৰ গৈছিলো কইনাৰ মাকৰ ঘৰত । পৰিয়াল বুলিবলৈ ৰীমাৰ মাক আৰু ডাইভোৰ্চ হোৱা বায়েক এজনী আছিল। বায়েকৰ ৫ বছৰীয়া লৰা সন্তান এটাও আছিল। কবলৈ গলে ৰীমাৰ বায়েক …