পিছদিনা পুৱা ৰাজেনৰ টোপনি অলপ দেৰিকৈয়ে ভাঙিল। চহৰীয়া মানুহৰ অভ্যাস মতে| প্ৰায় ৮ বাজি গৈছিল। তেওঁ নিজৰ বেগটো খুলি টুথপেষ্ট আৰু ব্ৰাছদাল উলিয়াই ল’লে। যোৱা নিশাৰ জোনাকত দেখা অলকাৰ সেই মোহনীয় ৰূপটো মনত পৰি তেওঁৰ ওঁঠত এটা মৃদু হাঁহি বিৰিঙি উঠিল। তেওঁ নিজৰ কোঠাৰ বাওঁফালৰ দুৱাৰখন খুলি সেই ঠেক বাটেৰে বাথৰুমৰ ফালে খোজ ল’লে। বাথৰুমৰ …
Read more