কাহিনী ( সাধু বাবা)
Before starting let me tell all the reader that this is an imaginary story ঘৰ খনত কেইদিন মানৰ পৰাই বেয়া পৰিস্থিতি আহি পৰিছিল । বেমাৰ আজাৰ কোনো কাম সফল নোহোৱা নানান সমস্যা আহি পৰিছিল । কেই দিন ধৰি দেউতাৰ বেমাৰ হস্তপিতালৰ পৰা চিকিৎসা লৈ অনা হল কিন্তু দেউতা ভাল দৰে সুস্থ হোৱা নাই । তাৰ …