মোৰ বয়ফ্ৰেণ্ডে ফালিলে
আজি মোৰ কাহিনী কবলৈ ওলাইছো। সেইদিনা মই কলেজত যাও কৈ কলেজৰ তিনিআলিত ৰৈ আছিলো। আৰু মোক তাৰপৰাই মোৰ বয়ফ্ৰেণ্ড নিবলৈ আহিল। আমি দুয়োজনেই তাৰ ঘৰলৈকে যাবলৈ ললো। তাত গৈ তাৰ ঘৰৰ মানুহৰ লগত কথা পাতিলো আৰু চাহ খাই কাপোৰ এজোৰ বেলেগ পিন্ধিলো। তাহাতৰ ঘৰৰ কাষতেই নতুন কৈ ঘৰ বনাই আছিল। মানে আধা বনাই থকা আছিল। …