জীৱনৰ ৰং —খণ্ড ২
জীৱনৰ ৰং —খণ্ড ২ (মুৰত চিন্তাটো লৈয়ে লাহে লাহে মই মোৰ ৰুমৰ ভিতৰতে থকা Attached Bathroom তোলৈ আগবাঢ়িলো…। কোন.. আছিল দৰ্জাখনৰ ওচৰত….. ? যোনেই নহওক কিয় মোৰ সকলো বিলাকটো দেখিলেই চাগে….। ধেইত নিজৰ ওপৰতে খং উঠি আহিল….. । মনৰ ভ্ৰম বুলি নিজৰ মনটোকে বুজনি দি কথাষাৰ পাহৰিবলৈ চেষ্টা কৰিলো….। বাথৰুমত সোমায়ো সেই একেই চিন্তা..। বাৰে …