মোৰ ফুলশয্যা
দুদিন আগতে আমাৰ বিয়া হৈ গৈছে। কিন্তু যোৱা দুনিশা ননদ জনীৰ লগত হে শুলো।আজি তেওঁৰ লগত শুম। সেইবাবে হয়তো আজি মোৰ দেহমন এক অজান পুলকত পুলকিত হৈ আছে। নানা ভাৱে খেলি আছে মনত। আমাৰ বিয়া ঘৰৰ পৰা চাই পাতি দিয়া। সেইবাবে তেওঁৰ লগত তেনেকৈ ইমান কথা বতৰা হোৱা নাই মোৰ।যিদিনা তেওঁ মোক চাবলৈ গৈছিল সেইদিনাই …